Mining

Coal Mining Incident | কয়লাখনিত ৬ শ্ৰমিকৰ কৰুণ মৃত্যুত শোকস্তব্ধ পৰিয়াল । N18V



Coal Mining Incident | #মেৰাপানী সীমান্তৰ নগালেণ্ডৰ ৰিছায়ান বস্তিৰ কয়লাখনিত অঘটন ।
#কয়লা খনন কৰি থকা অৱস্থাত গেছ নিগমণ হৈ ৬ জনকৈ অসমৰ শ্ৰমিকৰ কৰুণ মৃত্যু।
# কয়লা খনন কৰি থকা অৱস্থাতে অসমৰ ৬ জন শ্ৰমিকৰ মৃত্যু আৰু ৪ শ্ৰমিক অৱস্থা সংকটজনক ।
# নিহত কেইজন ভিতৰত মজিবুৰ আলি, কমল ছেত্ৰী, বিশাল থাপাক চিনাক্ত কৰা হৈছে।
# নিহত ৬ জনৰে ঘৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ সো়নাপুৰত ।
# কয়লা খনিটোত প্ৰায় ১০ জনৰো অধিক শ্ৰমিকে কাম কৰি আছিল।
# নাগালেণ্ডৰ ৰিছায়ানবস্তিত অৱস্থিত এই কয়লা খনিট়ো।
# আঘাটপ্ৰাপ্ত ৪ জন শ্ৰমিকক ভৰ্তি কৰোৱা হৈছে নাগালেণ্ডৰ ডিমাপুৰৰ চিকিৎসালয়ত।

লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#titaborcoalmining #titabornews #news18assamoriginals
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia

News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.

দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত

Please follow up page to watch live and breaking news with latest videos added very hour.

To subscribe our channel click here

Please visit our website for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.

Get latest news updates as they happen on your phone, Download our app: Android: , iPhone:

To subscribe our channel click here

[ad_2]

source

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button